← JNewsAssam

গোপনীয়তা

JNewsAssam পঢ়িবলৈ কোনো sign-up বা login নালাগে।

Browser/App notification

আপুনি নিজে notification অনুমতি দিলে browser-এ এটা Push subscription endpoint তৈয়াৰ কৰে। JNewsAssam সেই endpoint আৰু browser-এ দিয়া প্ৰয়োজনীয় push keys server-ত সংৰক্ষণ কৰে যাতে নতুন প্ৰকাশিত সংবাদৰ notification পঠিয়াব পাৰে। Bell button-ৰ পৰা আপুনি যিকোনো সময়ত unsubscribe কৰিব পাৰে।

Analytics আৰু বিজ্ঞাপন

Google Analytics বা Google AdSense administrator-এ সক্ৰিয় কৰিলে সংশ্লিষ্ট Google সেৱাই নিজৰ নীতি অনুসৰি cookies, browser identifiers বা device signals ব্যৱহাৰ কৰিব পাৰে। এই integrations বন্ধ ৰাখিলে JNewsAssam নিজে সেই Google tracking/advertising code যোগ নকৰে।

সংবাদ উৎস

মূল সংবাদ উৎসলৈ থকা বাহ্যিক link খোলাৰ পিছত সেই website-ৰ নিজস্ব privacy policy প্ৰযোজ্য হ’ব।